অসম

assam

By

Published : Nov 2, 2021, 3:43 PM IST

ETV Bharat / videos

তামুলপুৰত নিশ্চিত বিজয়ৰ দিশে ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰী

2021 চনৰ অসম বিধানসভাৰ উপ নিৰ্বাচনত নিশ্চিত বিজয়ৰ দিশে ধাৱমান হৈছে ৫৮ নং তামুলপুৰ সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জলেন দৈমাৰী ৷ অষ্টম ৰাউণ্ডৰ অন্তত সমষ্টিটোত প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ পৰিমাণ হৈছে এনেধৰণৰ- জলেন দৈমাৰী(UPPL)-61896, ভাস্কৰ দাহাল(CONG)-5896, ব্ৰজেন্দ্ৰ নাথ ডেকা(GSP)-10550, ৰাজ কুমাৰ বড়ো(VPI)-1316, গণেশ কছাৰী(IND)-15571, যশৱন্ত চৌহান(IND)-2292 ৷ ইয়াৰ বিপৰীতে ন’টা ভোট লাভ কৰিছে 2004 টা ৷ মুঠ 46325 টা ভোটৰ ব্যৱধানত শীৰ্ষস্থানত আছে জলেন দৈমাৰী ৷

ABOUT THE AUTHOR

...view details