বাক্সা জিলাৰ ভোগপুৰ জেখাইখনা প্ৰাথমিক বিদ্যালয়ত 62 নং বৰমা বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ভূপেন বড়োৰ ভোটদান সম্পন্ন ৷ ভোটদান কৰি শান্তিপূৰ্ণভাৱে সকলো ৰাইজকে ভোট দিবলৈ আহ্বান জনায় প্ৰাৰ্থী গৰাকীয়ে ৷ চাওক এই সন্দৰ্ভত বাক্সাৰ সংবাদদাতা দিলীপ বড়োৰ এক প্ৰতিবেদন...