অসম

assam

ETV Bharat / videos

অসম চৰকাৰৰ যোগান বিভাগৰ শ্মশান যাত্ৰা !

By

Published : Oct 25, 2021, 10:09 PM IST

Updated : Oct 25, 2021, 10:26 PM IST

মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জলা-কলা খুৱাইছে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণকৈ ব্যৰ্থ হৈছে যোগান বিভাগ । ৰাজ্যৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে যদিও গুৰুত্ব নাই চৰকাৰৰ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰাইদেউত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ উদ্যোগত অভিনৱ প্ৰতিবাদ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী । যোগান বিভাগৰ প্ৰতিকৃতিৰ শ যাত্ৰা কৰি টিমন নৈত উটুৱাই প্ৰতিবাদ সংগঠনটোৰ ।
Last Updated : Oct 25, 2021, 10:26 PM IST

ABOUT THE AUTHOR

...view details