কলাইগাঁও কাণ্ড : যাদৱ চহৰীয়াৰ পত্নীৰ বিস্ফোৰণ
তিনি দিনমান আগৰ পৰাই অস্বাভাৱিক হৈছিল পুলকেশৰ আচৰণ ৷ পুৱা তিনি বজাতে উঠি সেৱা কৰে পিতৃ-মাতৃক ৷ কোনোবাই বজৰং তাবিজ দিছিল পুলকেশক ৷ মন্দিৰলৈ সকলোকে মাতি আনি উলংগ কৰি আৰম্ভ কৰিছিল পূজা ৷ প্ৰায়েই ঘৰৰ পৰা নোহোৱা হয় টকা ৷ তান্ত্ৰিকৰ মতেই বিক্ৰী কৰিছিল গৰু ৷ ৰমেশ নামৰ তান্ত্ৰিকজনক গ্ৰেপ্তাৰ কৰাৰ অনুৰোধ পুলকেশৰ মাতৃৰ ৷