অসম

assam

ETV Bharat / videos

ক'ভিড-১৯: পুৰণিগুদামত আক্ৰান্ত মহিলাসহ যুৱক - পুৰণিগুদামৰ ন'আলিমুৰ

By

Published : Apr 20, 2021, 8:07 PM IST

পুনৰ ক'ভিড-১৯ ত আক্ৰান্ত পুৰণিগুদামৰ এগৰাকী মহিলাসহ এজন যুৱক । পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত কৰা ৰেপিড এণ্টিজেন টেষ্টত লোক দুজনৰ দেহত ধৰা পৰে ক'ভিড-১৯ ৰ অৱস্থিতি । আক্ৰান্ত ব্যক্তি দুগৰাকী পুৰণিগুদামৰ ন আলিমুৰৰ একে পৰিয়ালৰ বুলি জানিব পৰা গৈছে ৷ লোক দুজনৰ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই ৷ দহ দিনৰ বাবে লোক দুজনক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে নগাঁৱৰ স্বাস্থ্য বিভাগে ।

ABOUT THE AUTHOR

...view details