অসম

assam

ETV Bharat / videos

NHPCৰে চৰকাৰৰ গোপন বুজাবুজিৰ চুক্তিঃ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া - NHPCৰে চৰকাৰৰ গোপন বুজাবুজিৰ চুক্তি

By

Published : Aug 25, 2019, 10:23 PM IST

Updated : Aug 26, 2019, 2:19 PM IST

গুৱাহাটী, 25 আগষ্টঃ গেৰুকামুখ প্ৰকল্পক লৈ শক্তি বিভাগ আৰু NHPC ৰ মাজত খচৰা চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতেই এই চুক্তিৰ বিৰোধিতা কৰি ৰাজ্যৰ বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । সেউজ ন্যায়াধীকৰণৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ দিলে প্ৰাক্তন আছু নেতা তথা অগপৰ মুখপাত্ৰ তুলাৰাম গগৈয়ে ৷
Last Updated : Aug 26, 2019, 2:19 PM IST

ABOUT THE AUTHOR

...view details