অসম

assam

ETV Bharat / videos

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত মাজুলীত শোকৰ ছাঁ - EX CM Tarun gogoi

By

Published : Nov 23, 2020, 10:35 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত মাজুলীতো পৰিছে শোকৰ ছাঁ ৷ মাজুলীৰ চৌদিশে এতিয়া ৰাসৰ আখৰা চলি আছে, এই আখৰা চলি থকাৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে সকলোকে ৷ মাজুলীৰ শ্রী শ্রী মাধৱদেৱ কৃষ্টি কেন্দ্ৰত ৰাসৰ আখৰা চলি থকাৰ মাজতে ৰাসমঞ্চৰ লগত জড়িত সকলো লোক, ভাৱৰীয়া তথা কণ কণ শিশুসকলে মিলি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷

ABOUT THE AUTHOR

...view details