অসম

assam

ETV Bharat / videos

ধুবুৰীত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক

By

Published : Jun 3, 2021, 10:19 PM IST

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকী অন্তৰ্গত ঝাগৰাৰ পাৰ অঞ্চলত অভিযান চলাই তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ধুবুৰী আৰক্ষীয়ে ৷ তিনি সৰবৰাহকাৰীৰ পৰা কফ চিৰাপ আৰু নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে । তিনি সৰবৰাহকাৰীৰ নাম আকবৰ আলী, মোস্তাক মোজাহাৰুল ইছলাম আৰু ইমৰাণ হুছেইন ৷

ABOUT THE AUTHOR

...view details