অসম

assam

ETV Bharat / videos

হোজাই জিলাত নৰা কটা উৎসৱ পালন - Hojai people ready to celebrate Bhogali Bihu

By

Published : Dec 27, 2021, 5:07 PM IST

হোজাই জিলাত নৰা কটা উৎসৱ পালন ৷ আগন্তুক ভোগালীৰ উৰুকাৰ বাবে মেজি ঘৰ সাঁজিবলৈ পথাৰত নৰা কটাত ব্যস্ত হোজাই জিলাৰ কাকীৰ জীয়ৰী-বোৱাৰী সকল । সমাগত ভোগৰ উৎসৱ ভোগালী(Bhogali Bihu celebrate in Assam) ৷ ভোগালীৰ উৰুকা নিশা হাঁহে মাহে এসাঁজ খোৱাৰ হেঁপাহ প্ৰতিজন অসমীয়াৰ(Traditionally nora kata utsav celebrated at Hojai)। সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ কাকীতো ভেলা(মেজি) ঘৰ বনোৱাৰ বাবে হাতত কাঁচি লৈ নৰা কটাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে জীয়ৰী-বোৱাৰি , ডেকা-গাভৰু সকলোকে(Hojai people ready to celebrate Bhogali Bihu) । কাকীৰ টিলাবজাৰৰ পথাৰত স্থানীয় অসমীয়া ৰাইজৰ লগতে ডিমাছা, কছাৰী, বড়ো, গাৰো, তিৱা, কাৰ্বিৰ লগতে বেংগলী আৰু বিহাৰী সম্প্ৰদায়ৰ পুৰুষ মহিলাইও নৰা কটাত ব্যস্ত হৈ থকা পৰিলক্ষিত হয় ।

ABOUT THE AUTHOR

...view details