পাহৰণিৰ গৰ্ভত ৰজাদিনীয়া নাওখেল
অতি প্ৰাচীন কালৰে পৰা ৰাজ্যত প্ৰচলিত হৈ আছে নাওখেল প্ৰতিযোগিতা ৷ কিন্তু আজি প্ৰায় পাহৰণিৰ গৰ্ভত তাহানিৰ পৰা চলি অহা সেই আড়ম্বৰপূৰ্ণ খেল বিধ ৷ কিন্তু এই পৰম্পৰাগত খেলবিধক জীয়াই ৰখাৰ প্ৰয়াসেৰে বৰ্তমানেও অসমৰ বহু অঞ্চলত অনুষ্ঠিত হৈছে নাওখেল প্ৰতিযোগিতা ৷চাওক এক প্ৰতিবেদন-