নগাঁৱৰ তিনিটাকৈ পৰিষদীয় সমষ্টিত বিজেপিৰ অগ্ৰগতি - নগাঁৱৰ তিনিটাকৈ পৰিষদীয় সমষ্টিত বিজেপিৰ অগ্ৰগতি
নগাঁৱৰ দহটাকৈ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম পৰ্ৰ্যায়ত পাঁচটাকৈ সমষ্টিৰ ভোটগণনা চলি আছে । প্ৰথম ৰাউণ্ডৰ তিনিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে ।