অসম

assam

By

Published : May 11, 2021, 11:03 AM IST

ETV Bharat / videos

বিমল বৰালৈ কেবিনেট মৰ্যদা প্ৰদানত উৎফুল্লিত টিংখাঙৰ জনতা

কৰ্মদক্ষ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে টিংখাং সমষ্টিৰ জনতা ৷ ৰাইজৰ লগতে টিংখাংবাসীৰ হৈ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছে টিংখাঙৰ সাংবাদিক সমাজে । ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত বিমল বৰাই অধিক উৎসাহ-উদ্দীপনাৰে কৰ্মসম্পাদন কৰি টিংখাং সমষ্টিৰ লগতে সমগ্ৰ ৰাজ্যখনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধন কৰিব পাৰিব বুলি টিংখাঙৰ সাংবাদিক সমাজে আশা প্ৰকাশ কৰিছে ।

ABOUT THE AUTHOR

...view details