অসম

assam

ETV Bharat / videos

৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলালে আলহী হ’ব লাগিব আৰক্ষীৰ : মুখ্যমন্ত্ৰী

By

Published : Dec 16, 2021, 4:44 PM IST

নতুন বছৰক আদৰাৰ নামত ৩১ ডিচেম্বৰত ৰাজ্যত সুৰাপান কৰি কোনো ব্যক্তিয়ে গাড়ী চলাব নোৱাৰিব । গুৱাহাটীত সংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বৃহস্পতিবাৰে এই কঠোৰ সকীয়নী প্ৰদান কৰে ৰাজ্যৰ সুৰাপায়ী সকলক । লগতে তেওঁ কয় যে, ৩১ ডিচেম্বৰত ৰাজ্যত সুৰাপান কৰি গাড়ী চলোৱা চালক (Drinking And Driving)সকল সেইদিনা আলহী হ’ব লাগিব আৰক্ষীৰ ৷ কেৱল সুৰাপায়ী চালকে নহয়, সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বাহনত উঠি যোৱা যাত্ৰীসকলেও আৰক্ষীৰ আলহী হ'ব লাগিব ।

ABOUT THE AUTHOR

...view details