অপহৰণৰ 30 দিন : ৰিতুল শইকীয়াৰ মুখেৰে সবিশেষ বৰ্ণনা
লাকুৱা তেল খাদৰ পৰা কিদৰে অপহৰণ কৰা হৈছিল ৰিতুল শইকীয়া ? কেনেদৰে প্ৰায় এমাহ কটাইছিল ঘন-জংঘলৰ মাজত ? আলফা স্বাধীনে ম্যানমাৰ লৈ নি থকা অৱস্থাত ৰাস্তাত কি কি খাদ্য খাইছিল, কেনে পৰিস্থিতিৰ মাজেৰে কৰিছিল যাত্ৰা ৷ সবিশেষ বৰ্ণনা শুনক অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ মুখেৰে...