জীৱন মৰাণৰ প্ৰত্যাৱৰ্তন : প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকাৰ প্ৰতিক্ৰিয়া - জীৱন মৰাণ
আলফা স্বাধীনৰ পৰা অব্যাহতি লৈ ওপজা মাটিলৈ উভতি অহা মেজৰ জেনেৰেল জীৱন মৰাণৰ সন্দৰ্ভত কি প্ৰতিক্ৰিয়া কৰিলে একালৰ সতীৰ্থ তথা বৰ্তমানৰ আলোচনা পন্থী আলফা নেতা মৃণাল হাজৰিকাই ? জীৱন মৰাণৰ দৰে আলফা স্বাধীনৰ জ্যেষ্ঠ নেতাৰ সংগঠন ত্যাগে আলফা স্বাধীন ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে ? শুনক মৃণাল হাজৰিকাৰ সৈতে সাংবাদিক জেচিম আহমেদৰ টেলিফোনিক বাৰ্তালাপ ৷