অসম

assam

By

Published : Oct 11, 2019, 7:19 PM IST

ETV Bharat / videos

কেক কাটি ওপজা দিন পালন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

৮৫ বছৰীয়া হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ । শুকুৰবাৰে গগৈৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহত উলহ মালহেৰে পালন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ওপজা দিন । বহুসংখ্যক গুণমুগ্ধ, পত্নী আৰু পুত্ৰৰ উপস্থিতিত জন্মদিনৰ কেক কাটে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details