চুমিলা ৰংহাংপীৰ সন্দৰ্ভত কি ক'লে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ? - SUMILA ROGHANGPI muder case
ৰহাৰ খাইগড়ত অমানৱীয় কাৰ্যৰ বলি হৈ ১2 বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা চুমিলা ৰংহাংপীৰ সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাই । সংবাদমেলত কি ক'লে আৰক্ষী বিষয়া গৰাকীয়ে ?
Last Updated : Apr 28, 2021, 11:48 AM IST