বিজ্ঞান শাখাত ষষ্ঠ স্থান দখল তেজপুৰৰ শুভ্ৰজ্যোতি পালৰ
তেজপুৰ, 25মে':বিজ্ঞান শাখাত ষষ্ঠ স্থান দখল কৰি তেজপুৰলৈ সুনাম কঢ়িয়াই আনিছে তেজপুৰ দৰং মহাবিদ্যালয়ৰ শুভ্ৰজ্যোতি পালে ৷ ভৱিষ্যতে এগৰাকী 'মেকানিকেল ইঞ্জিনীয়াৰ' হোৱাৰ পৰিকল্পনা শুভ্ৰজ্যোতি পালৰ ৷ 472 নম্বৰেৰে বিজ্ঞান শাখাত ষষ্ঠ স্থান দখল কৰে শুভ্ৰজ্যোতি পালে ৷