অসম

assam

ETV Bharat / videos

২ বজাৰ পিছত দোকান বন্ধ নকৰা সকলৰ বিৰুদ্ধে কঠোৰ গোলাঘাট প্ৰশাসন - administration

By

Published : May 6, 2021, 7:42 AM IST

অসমত দেখা দিয়া ভয়াৱহ ক’ভিড সংক্ৰমণ ৰোধৰ বাবে অসম চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনা বুধবাৰৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো বলৱৎ হয়। নিৰ্দেশনা অনুসৰি দিনৰ দুই বজাৰ লগে লগে গোলাঘাটত বন্ধ হৈ পৰে সকলো দোকান পোহাৰ। অৱশ্যে নগৰৰ এজন ব্যৱসায়ীয়ে নিৰ্দিষ্ট সময়ত দোকান বন্ধ নকৰি খোলা ৰখাত বুধবাৰে এহেজাৰ টকা জৰিমনা বিহে আৰক্ষীয়ে। অৱশ্যে আজিৰ প্ৰথম দিনটো সকলোৰে এক লৰা ঢপৰা পৰিৱেশৰ সৃষ্টি হয়। তথাপি দেহা থাকিলেহে বেহা বাক্য শাৰী সাৰোগত কৰি সকলোৱে ব্যৱসায় বন্ধ কৰে। প্ৰথমে জীৱনক সুৰক্ষিত কৰিব তাৰ পাছতহে উপাৰ্জন কৰিব।

ABOUT THE AUTHOR

...view details