অসম

assam

By

Published : Jun 3, 2019, 12:36 PM IST

Updated : Jun 3, 2019, 2:32 PM IST

ETV Bharat / videos

বিয়লি নিজ গৃহলৈ নীৰজ চেত্ৰীৰ নশ্বৰদেহ

ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত মৃত্যু হোৱা বীৰ শ্বহীদ নীৰজ চেত্ৰীৰ মৃতদেহ সোমবাৰে বিয়লি প্ৰায় 4 মান বজাত নিজ গৃহলৈ অনা হ’ব ৷ দেওবাৰে ঝাৰখণ্ডৰ দুমুকাত মাওবাদী আৰু এচ এচ বিৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ ফলত মৃত্যু হয় অসমৰ জোৱানজন ৷ নীৰজ চেত্ৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বিশ্বনাথ জিলাত এতিয়া সৃষ্টি হৈছে শোকাকুল পৰিৱেশ ৷ হেলেমৰ কাউৰী পথাৰত থকা শ্বহীদ জোৱানজনৰ বাসগৃহত এতিয়া স্থানীয় লোকৰ লগতে আগমন ঘটিছে বহুজনৰ ৷ এই সন্দৰ্ভত নীৰজ চেত্ৰীৰ বাসগৃহৰ পৰা আমাৰ সাংবাদিক শ্ৰীমন্ত দাসৰ এক প্ৰতিবেদন...
Last Updated : Jun 3, 2019, 2:32 PM IST

ABOUT THE AUTHOR

...view details