অসম

assam

By

Published : Mar 22, 2021, 7:42 PM IST

ETV Bharat / videos

যুৱ শক্তিক লগত লৈ নিৰ্বাচনী ৰণত এইবাৰ প্ৰাঞ্জল ঘাটোৱাৰ

এটা সময়ত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত মৰাণ সমষ্টিত পুনৰ স্থিতি ঘূৰাই আনিব পাৰিব নে দলটোৱে ? এইবাৰ সমষ্টিটোৰ নিৰ্বাচনী প্ৰতিদ্বন্দিতাত নামিছে প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ ৷ ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কি ক'লে প্ৰাঞ্জল ঘাটোৱাৰে ? জানিবলৈ চাওক এই প্ৰতিবেদন ...

ABOUT THE AUTHOR

...view details