অসম

assam

ETV Bharat / videos

শোণিতপুৰৰ ঘগৰাত ভূমিকম্পৰ ফলত মাটি ফাটি ওলালে পানী

By

Published : Apr 28, 2021, 11:04 PM IST

অসমত 6.7 প্ৰবল্যৰ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য । অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টি ধীৰাই মাজুলী । শোণিতপুৰ জিলাৰ অভিকেন্দ্ৰৰ পৰা এতিয়াও গাঁতৰ পৰা ওফন্দি ওলাই আছে পানী । ইটিভি ভাৰতৰ সাংবাদিকে অভিকেন্দ্ৰৰ সমীপৰ তেজপুৰ ঘগৰা চাহ বাগিচাৰ সমীপৰ এখন পথাৰত চিৰাল ফাঁট দিয়া আৰু বালি আৰু পানী নিৰ্গৰিত হোৱা স্থানৰ পৰা এই দৃশ্য বন্দী কৰে । জিলা প্ৰশাসনে উক্ত অঞ্চলৰ পৰিদৰ্শন কৰে ৷ উক্ত স্থানৰ পৰা পানী সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে প্ৰশাসনে ৷

ABOUT THE AUTHOR

...view details