অসম

assam

ETV Bharat / videos

অসহায় হৈ পৰিছে বিশ্বনাথৰ এটা পৰিয়াল ! কিন্তু কিয় ?

By

Published : May 31, 2019, 9:48 PM IST

নিজৰ কন্যা সন্তানৰ জীৱনকলৈ চিন্তিত পৰিয়ালবৰ্গ ৷ এগৰাকী সাত বছৰীয়া কণমানি,নাম চামেলী । চামেলীৰ এইয়া সমনীয়াৰ সৈতে খেলা-ধূলা কৰাৰ বয়স । লগৰীয়াৰ সৈতে বিদ্যালয়লৈ যোৱাৰ বয়স ! ককাক-আইতাকৰ বুকুত সোমাই সাধু শুনাৰ সময়! তাইৰ এষাৰ মিঠা মাতত মাক-দেউতাকৰ বুকুত হাজাৰ সপোনৰ জোৱাৰ অহাৰ সময় ৷

ABOUT THE AUTHOR

...view details