শিৱসাগৰত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৱাকাথন - শিৱসাগৰত আন্তৰ্জাতিক নাৰী দিৱস
আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ নাৰী দিৱস উপলক্ষে শিৱসাগৰত ৱাকাথন গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত কৰা হয় মাৰাথন খোজ প্ৰতিযোগিতা ৷ এই মাৰাথন খোজ প্ৰতিযোগিতাখনত অংশ লয় প্ৰায় তিনি শতাধিক মহিলাই ৷ সুস্থ-সবল স্বাস্থ্যৰ বাবে খোজকঢ়াৰ প্ৰয়োজনীয়তা শীৰ্ষক বিষয়ক মুখ্য বিষয় হিচাপে লৈ অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা ৷