অসম

assam

By

Published : Jul 13, 2021, 9:59 AM IST

ETV Bharat / videos

সংগীত এৰি পথাৰত ব্যস্ত শিল্পী কুসুম কৈলাশ

ক'ভিডৰ সংহাৰী ৰূপে বহুতৰ কৰ্মজীৱন সলনি কৰি পেলালে । সাংস্কৃতিক জগতৰ জনপ্ৰিয় ব্যক্তি সকলো এতিয়া ব্যস্ত হৈছে জীৱন-জীৱিকাৰ বিভিন্ন কাৰ্যত । মৰাণৰ মাণিকি পথাৰত জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ ট্ৰেক্টৰ চলাই পথাৰ বোকা কৰাত ব্যস্ত এতিয়া । উদং পথাৰখন সেউজীয়া কৰাৰ মানসেৰে শিল্পীগৰাকীয়ে আগভাগ লৈছে পথাৰত । ক’ভিড প্ৰট’কল মানি চলি কৰিছে ন ন প্ৰজাতিৰ ধানৰ খেতি । কাৰণ আঘোণৰ পথাৰখন সোণোৱালী হ'বই লাগিব ।‌ ধানৰ বজাৰখনক লৈ চিন্তিত শিল্পী কুসুম কৈলাশ । আমাৰ মৰাণৰ সংবাদদাতাই ল’লে শিল্পীগৰাকীৰ মনৰ খবৰ-

ABOUT THE AUTHOR

...view details