অসম

assam

ৰঙিয়াত কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান

By

Published : Apr 20, 2021, 8:30 AM IST

ৰঙিয়াত সোমবাৰে নিশা কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান । ক’ভিডৰ ভয়াৱহতাকো নেওচি ওলাই আহিল কেইবা সহস্ৰাধিক লোকে । ৰঙিয়াৰ শিৱ মন্দিৰ বাকৰিত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত সাংস্কৃতিক অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকা । কণ্ঠশিল্পীগৰাকীৰ গীতৰ তালে তালে নাচিলে সকলোৱে ।

ABOUT THE AUTHOR

...view details