অসম

assam

ETV Bharat / videos

নৱম স্থানেৰে নগাঁও উজ্বলালে শিল্পী শিখা ডেকাই - Silpisikha deka 9th position in HSLC result etv Bharat Assam

By

Published : Jun 6, 2020, 12:42 PM IST

মুঠ ৫৮৫ নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ কাছমাৰী হাইস্কুলৰ ছাত্ৰী শিল্পী শিখা ডেকায়ে । কাছমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ ডেকাৰ কন্যা শিল্পী শিখাই স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ অঞ্চললৈ । বৰগীত গাই ভালপোৱা শিল্পী শিখাই সপোন দেখিছে ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ।

For All Latest Updates

ABOUT THE AUTHOR

...view details