চাহ বাগিচাৰ পৰিচালকক অপসাৰণৰ দাবী শ্ৰমিকৰ - চাহ শ্ৰমিক
চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ যোৱা 15 টা দিনে বিক্ষোভ প্ৰদৰ্শন শ্ৰমিকৰ ৷ বাগিচাখনৰ পৰিচালক আই বি ওবাদিৱাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ শতাধিক শ্ৰমিকৰ ৷ শিলচৰ চহৰত কেইবা শতাধিক শ্ৰমিকে এক সমদল বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ধৰ্ণা-বিক্ষোভ প্ৰদৰ্শন ৷