অসম

assam

By

Published : Mar 12, 2020, 9:00 PM IST

ETV Bharat / videos

কৰ’নাৰ আতংকঃ প্ৰশাসনে বন্ধ কৰিলে শিলচৰৰ গান্ধী মেলা

কৰ’না ভাইৰাছৰ আতংকৰ ফলত কাছাৰৰ জিলা প্ৰশাসনে বন্ধ কৰিলে শিলচৰৰ ঐতিহ্যমণ্ডিত গান্ধী মেলা । প্ৰশাসনৰ কাৰ্যক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ব্যৱসায়িক মহলত ।

ABOUT THE AUTHOR

...view details