অসম

assam

By

Published : May 23, 2019, 8:18 PM IST

ETV Bharat / videos

শিলচৰত বিজেপি সমৰ্থকৰ বিজয় উল্লাস

শিলচৰত ফটকা ফুটাই বিজেপি সমৰ্থকৰ বিজয় উৎসৱ পালন৷ বিজেপি প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰয়ৰ অগ্ৰগতিৰ পিচতেই সমৰ্থক সকলৰ উল্লাস ৷ ফটকাৰ ফুটোৱাৰ লগতে একাংশ সমৰ্থকে মিঠায়ো বিতৰণ কৰে ৷

ABOUT THE AUTHOR

...view details