অসম

assam

ETV Bharat / videos

হৰ্ছ ট্ৰেডিঙক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শিলাদিত্য দেৱৰ

By

Published : Apr 10, 2021, 9:01 PM IST

বিজেপিয়ে কিনা বেচা নকৰে ৷ মহাজোঁটৰ প্ৰাৰ্থীহে পলায়ন কৰে ৷ শনিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত ASSAM PREMIERE CLUB CHAMPIONSHIP ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল খেলত উপস্থিত থাকি এই মন্তব্য কৰে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে ৷ নিৰ্বাচনত মহাজোঁটবন্ধন হৰাটো খাটাং বুলি কয় বিজেপি বিধায়কগৰাকীয়ে ৷ আনকি মহাজোঁটবন্ধনে নিৰ্বাচনত হৰাৰ পিছত ইভিএমক লৈও অভিযোগ উত্থাপন কৰিব বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details