অসম

assam

ETV Bharat / videos

10 বছৰীয়া পৰশমণিৰ কান্ধত পৰিয়ালৰ গধুৰ দায়িত্ব - দহবছৰীয়া কণমানিৰ কান্ধত পৰিয়ালৰ গধুৰ দায়িত্ব

By

Published : Jun 18, 2020, 2:02 PM IST

মাতৃৰ সৈতে হাটলৈ নগ'লে ঘৰখনৰ বাবে ভাত মুঠিৰ যোগাৰ নহয় পৰশমণিৰ পৰিয়ালৰ ৷ দহবছৰীয়া কণমানিৰ কান্ধত পৰিয়ালৰ গধুৰ দায়িত্ব ৷ আপুনি মই কল্পনা কৰিব নোৱাৰাকৈ জীৱন সংগ্ৰামৰ ৰূঢ় বাস্তৱৰ এখন ছবি এয়া ৷ কঠোৰ জীৱন সংগ্ৰামেৰে মাজেৰে সোণোৱালী শৈশৱ পাৰ কৰিছে এটি শিশুৱে ৷

ABOUT THE AUTHOR

...view details