অসম

assam

ETV Bharat / videos

কলা শাখা: পঞ্চম স্থানত ডুমডুমাৰ শ্ৰুতি সোণোৱাল

By

Published : May 25, 2019, 10:15 AM IST

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত পঞ্চম স্থান দখল ডুমডুমাৰ শ্ৰুতি সোণোৱালৰ ৷ 470 নম্বৰৰে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় আৰ ডি জুনিয়ৰ কলেজৰ ছাত্ৰী শ্ৰুতি সোণোৱালে ৷

ABOUT THE AUTHOR

...view details