অসম

assam

ETV Bharat / videos

লখিমপুৰত চোকা অস্ত্ৰৰ আঘাতত প্ৰাণ গ’ল এজনৰ - বগীনদী

By

Published : Jan 15, 2021, 1:52 PM IST

উৰুকাৰ মাজনিশা অৰ্থাৎ বৃহস্পতিবাৰে নিশা লখিমপুৰৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দীৰ্ঘা পথাৰত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ৷ চোকা অস্ত্ৰৰ আঘাতত প্ৰাণ গ’ল এজনৰ ৷ অভিযোগ অনুসৰি, মৃত লোকজনে অভিযুক্ত হত্যাকাৰীৰ পত্নীক লৈ অশ্লীল মন্তব্য দিয়াৰ পাচতে এই ঘটনা সংঘটিত হয় ৷ ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত হত্যাকাৰীক আটক কৰে ৷

ABOUT THE AUTHOR

...view details