অসম

assam

ETV Bharat / videos

ৰাজ্যসভাত দিবাং নদী বান্ধ সম্পৰ্কত প্ৰশ্ন কামাখ্যা প্ৰসাদ তাচাৰ - KAMAKHYA PRASAD TASA

By

Published : Jul 23, 2019, 5:06 PM IST

দিবাং নদী বান্ধ সম্পৰ্কত ৰাজ্যসভাত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ প্ৰশ্ন উত্তৰ পূৱ ছেছমিক জ'ন হোৱাৰ পিচতো বান্ধ নিৰ্মাণৰ বাবে অধ্যয়ন কৰা হৈছে নেকিঃ কামাখ্যা প্ৰসাদ তাচা নামনি সোৱণশিৰি বান্ধ সম্পৰ্কতো প্ৰশ্ন কামাখ্যা প্ৰসাদ তাচাৰ দিবাং প্ৰকল্পই অসমক সহায় কৰিবঃ মন্ত্ৰী ৰাজ কুমাৰ সিং দিবাং প্ৰকল্পৰ ফলত অসমত বান সমস্যা কিছু লাঘৱ হ'ব এই কথা জনালে কেন্দ্ৰীয় শক্তি বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ৰাজ কুমাৰ সিঙে এই প্ৰকল্প নিৰ্মাণৰ পিচত প্ৰথম দহ কিলোমিটাৰ অঞ্চলৰ জলস্তৰ 7 মিটাৰ তললৈ হ্ৰাস পাব যাৰ বাবে বান সমস্যা কিছু হ্ৰাস পাব বাৰিষাৰ সময়ত

ABOUT THE AUTHOR

...view details