অসম

assam

ETV Bharat / videos

গ্ৰীষ্মকালত চফৰ চৰবত খোৱাটো কিয় প্ৰয়োজনীয়? - গ্ৰীষ্মকালত চফৰ চৰবত

By

Published : Jun 6, 2020, 6:34 PM IST

Updated : Jul 30, 2020, 2:54 PM IST

চফৰ গুটিয়ে যেনেদৰে আপোনাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিব পাৰে আন কোনো খাদ্যই নোৱাৰে ৷ কেৱল সেয়াই নহয় চফে সজীৱ কৰিব পাৰে আপোনাৰ শ্বাস-প্ৰশ্বাস ৷ ইয়াৰোপৰি হজম শক্তি থিকে ৰাখে ৷ চফৰ ঔষধি গুণাগুণ বুজিয়েই ভাৰতীয় পৰিয়াল সমূহে পূৰ্বৰে পৰাই খাদ্য খোৱাৰ পিছত চফ গ্ৰহণ কৰি আহিছে ৷ গৰম প্ৰতিৰোধ কৰাৰ বাবে চফৰ চৰবত যথেষ্ট উপযুক্ত পানীয় ৷ ইয়াক কেনেদৰে ঘৰতে বনাব পাৰি জানিবলৈ আমাৰ ৰেচিপি চাওক আৰু ইয়াৰ আনন্দ লওক ৷ ঘৰতে থাকক সুস্থ থাকক ৷
Last Updated : Jul 30, 2020, 2:54 PM IST

ABOUT THE AUTHOR

...view details