অসম

assam

ETV Bharat / videos

ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ তম জন্মজয়ন্তী পালন - assam

By

Published : Oct 8, 2019, 8:09 PM IST

মঙলবাৰে ৰাজ্যজুৰি পালন কৰা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ তম জন্মজয়ন্তী ৷ গুৰু বন্দনাৰে মুখৰিত হ'ল সত্ৰ-নামঘৰসমূহৰ চৌদিশ ৷ গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিক পৰিবেশৰ মাজেৰে উদযাপন কৰা হয় মহাপুৰুষজনাৰ ৫৭১ সংখ্যক জন্মজয়ন্তী ৷

ABOUT THE AUTHOR

...view details