অসম

assam

ETV Bharat / videos

Death of kola lora : কংগ্ৰেছে আৰক্ষীক লৈ কৰা মন্তব্যত লাজ পাইছে ৰূপজ্যোতিয়ে - ছাত্র নেতা অমিনেষ ভূঞাৰ মৃত্যু

By

Published : Dec 3, 2021, 8:03 PM IST

যোৰহাট চহৰৰ মাজমজিয়াত গণ প্ৰহাৰত মৃত্যু বৰণ কৰা ছাত্র নেতা অমিনেষ ভূঞাৰ মৃত্যুৰ ঘটনাৰে জড়িত হত্যাকাৰীক লৈ সম্প্ৰতি একাংশই সাম্প্ৰদায়িক মন্তব্য কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে(Rupjyoti kurmi on mob lynching in Jorhat) । বিধায়ক কুৰ্মীয়ে কয় যে, হত্যাকাৰীৰ কোনো জাতি, ধৰ্ম বা সম্প্ৰদায় নাই । তেনেস্থলত সম্প্ৰদায়ক লৈ কৰা মন্তব্য দুৰ্ভাগ্যজনক । ইপিনে ক'লা ল'ৰাৰ মৃত্যুক লৈ কংগ্ৰেছে আৰক্ষীৰ প্ৰতি সন্দেহৰ আঙুলি টোওৱা কাৰ্যক তীব্র ভাষাৰে সমালোচনা কৰে মৰিয়নীৰ বিধায়কজনে( Death of kola lora the main accused) । অপৰাধী নিৰ্মূলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা তৎপৰতা(Himanta government against crime)ৰ বিপৰীতে কংগ্ৰেছৰ এনে বক্তব্যত এগৰাকী প্ৰাক্তন কংগ্ৰেছ কৰ্মী হিচাপে তেওঁ লজ্জিত হৈছে বুলি মন্তব্য কুৰ্মীৰ ৷

ABOUT THE AUTHOR

...view details