অসম

assam

ETV Bharat / videos

এন আৰ চিৰ সন্দৰ্ভত কি কয় বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ?

By

Published : Aug 28, 2019, 6:37 PM IST

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । 31 আগষ্টত প্ৰকাশিত এন আৰ চিত যদি খিলঞ্জীয়াৰ নাম বাদ পৰে আথবা বিদেশীৰ নাম অন্তভুক্ত হয় তেনেহলে ৰাজ্যত পুনৰ হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাটো নুই কৰিব নোৱাৰি । তেনেক্ষেত্ৰত অসমৰ জনতাৰ লগত কি দৰে থিয় হ'ব চৰকাৰ আৰু কেনেকৈ এন আৰ চিৰ পৰা বাদ পৰা লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াব সেই সম্পৰ্কে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সৈতে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰঃ

ABOUT THE AUTHOR

...view details