অসম

assam

ETV Bharat / videos

Mohan Bhagwat visit Silchar : শিলচৰত উপস্থিত আৰএছএচ প্ৰধান মোহন ভাগবত - Mohan Bhagwat in Silchar

By

Published : Jan 27, 2022, 3:44 PM IST

শিলচৰত উপস্থিত আৰ এছ এচ প্ৰধান মোহন ভাগবত (Mohan Bhagwat visit Silchar) ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰৰে চাৰিদিনীয়া কাৰ্যসূচীৰে শিলচৰত উপস্থিত হয় ভাগবত ৷ শিলচৰৰ অম্বিকা পট্টিস্থিত আৰএছএছৰ কাৰ্যালয়ত উপস্থিত মোহন ভাগবত ৷ সংঘৰ কাৰ্যকৰ্তাসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হ’ব তেওঁ ৷ ৩১ জানুৱাৰীত শিলচৰৰ পৰা দিল্লীলৈ উভতিব ভাগবত ৷ উল্লেখ্য যে, ত্ৰিপুৰাৰ পৰা ৰে’লেৰে বদৰপুৰত উপস্থিত হয় ভাগবত ৷ বদৰপুৰৰ পৰা স্থলপথেৰে শিলচৰত উপস্থিত হয় আৰ এছ এচ প্ৰধানগৰাকী ৷

ABOUT THE AUTHOR

...view details