অসম

assam

ETV Bharat / videos

অসম- মিজোৰাম সীমান্তৰ ঘটনাক কেন্দ্ৰ কৰি ঘাইপথ অৱৰোধ - ছাত্ৰ নেতা চাইদুৰ ৰহমান

By

Published : Jul 28, 2021, 9:38 PM IST

মিজোৰাম আৰক্ষীৰ গুলিত অসম আৰক্ষীৰ 6 জন জোৱান নিহত হোৱাৰ ঘটনাৰ প্ৰতিবাদত শিলচৰ বদৰপুৰ ঘাইপথ অৱৰোধ কৰিছে আকচা নামৰ ছাত্ৰ সংগঠনে । বুধবাৰে পুৱা শিলচৰ-বদৰপুৰ ঘাইপথৰ কাটাখালত অৱৰোধ কৰা হৈছে পথ । ছাত্ৰ নেতা চাইদুৰ ৰহমানৰ নেতৃত্বত ঘাইপথ অৱৰোধ কৰিছে আকচাই । এই প্ৰতিবাদত অংশগ্ৰহণ কৰে কাটিগৰাৰ বিধায়ক খলিল উদ্দিন মজুমদাৰে ।

ABOUT THE AUTHOR

...view details