এন আৰ চি সন্দৰ্ভত ধুবুৰীৰ বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন সাংবাদিকৰ প্ৰতিক্ৰিয়া - চূড়ান্ত তালিকা
ধুবুৰী, 01 চেপ্টেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিচত বিভিন্ন দল সংগঠনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ভাৰত বাংলা সীমান্তৰ জিলা হিচাপে ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাক লৈ একাংশ ৰাজনৈতিক নেতাকে ধৰি বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সমগ্ৰ বিষয়টোৰ লগতে নাগৰিক পঞ্জী উন্নীতকৰণ সম্পৰ্কে কি কয় ধুবুৰীৰ শিক্ষাবিদ তথা প্ৰাক্তন সাংবাদিক গিৰিন্দ্ৰ নাথ গোস্বামীয়ে ? এই সন্দৰ্ভত ধুবুৰীৰ পৰা আমাৰ সাংবাদিক সাহানুৰ ইছলামৰ এক প্ৰতিবেদন ৷