অসম

assam

ETV Bharat / videos

চিকিৎসকৰ প্ৰতিবাদ সন্দৰ্ভত ড০ দীপক ভূঞাৰ প্ৰতিক্ৰিয়া - দীপক ভূঞা

By

Published : Jul 13, 2019, 2:39 PM IST

গুৱাহাটী , ১৩ জুলাই: খানাপাৰা স্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ৯ জন ডাক্তৰৰ লগত হোৱা দুৰ্ব্যৱহাৰৰ ঘটনা সম্পৰ্কে মহাবিদ্যালয় খনৰ ক্লিনিক পৰিচালক ড০ দীপক ভূঞাই কয় যে, কনিষ্ঠ চিকিৎসকৰ লগত শনি শৰ্মাই দুৰ্ব্যৱহাৰ কৰিছে । এই বিষয়ে তেওঁলোকে মহাবিদ্যালয়ৰ শীর্ষ বিষয়াক জনাইছে আৰু এই সম্পৰ্কে এক আলোচনা হোৱাৰ পিচত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে যোৱা শনিবাৰে ১০ APBNৰ সহকাৰী অধিনায়ক গায়ত্ৰী সোণোৱালৰ স্বামী শনি শৰ্মাই উক্ত চিকিৎসালয় খনৰ ৯ জন চিকিৎসকক দুৰ্ব্যৱহাৰ কৰিছিল ।

ABOUT THE AUTHOR

...view details