ৰাইজলৈ কি আহ্বান জনালে ৰবি শৰ্মাই ? - ravi sharma on corona song
লক ডাউনৰ সময়ত ঘৰতে থাকি সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে দৈনন্দিন শাৰীৰিক ব্যায়াম কৰিবৰ বাবে পৰামৰ্শ আগবঢ়ালে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৷ লগতে সকলোকে চাফ-চিকুনকৈ থাকিবলৈ অনুৰোধ জনালে অভিনেতাগৰাকীয়ে ৷