অসম

assam

ETV Bharat / videos

বড়ো সমাজত ৰংজালি বৈশাগুৰ আনন্দ - rangali bihu

By

Published : Apr 15, 2019, 8:29 PM IST

চিৰাং,15 এপ্ৰিলঃ জাতীয় উৎসৱ বিহুটিক বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বিভিন্ন নামাকৰণেৰে পালন কৰি আহিছে ৷ ৰঙালী বিহুটিক ৰংজালি বৈশাগু হিচাপে পালন কৰে বড়োলোকসকলে ৷ চিৰাং জিলাৰ ছোটো স‍্যামথাইবাৰী তথা পুৱ স‍্যামথাইবাৰী গাঁওৰ ৰাইজক উলহ-মালহেৰে পালন কৰা দেখা গ'ল ৰংজালি বৈশাগু ।

ABOUT THE AUTHOR

...view details