ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা - তৃতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা
ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব এইবেলি বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ৷ কোনে কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ পিছপৰি থকা নাই নতুনকৈ গঠন হোৱা ৰাইজৰ দল ৷ দেওবাৰে ৰাইজৰ দলে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ৷