বিজয় নিশ্চিত হোৱাৰ পাছত পোনাকণ বৰুৱাৰ প্ৰতিক্ৰিয়া
চাবুৱাত জয় নিশ্চিত হোৱাৰ পিছত মিত্ৰজোঁট বিজেপিৰ এগৰাকী নেতৃয়ে দলত্যাগ কৰি নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াই প্ৰত্যাহ্বান সৃষ্টি কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ । জিলা পৰিষদৰ সদস্যা প্ৰিয়ংকা নেওগৰ প্ৰসংগ উল্লেখ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পোনাকণ বৰুৱাই । জয় নিশ্চিত হোৱাত দলীয় কৰ্মী, পঞ্চায়ত কৰ্মী তথা ৰাইজক ধন্যবাদ প্ৰদান কৰে চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাই ।