দুৰ্গা পূজাক লৈ কেনেধৰণৰ প্ৰস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ ?
নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়(Billeshwar Devaloy)ত সমাগত দুর্গা পূজা(Durga Puja)ৰ প্ৰস্তুতি ৷ অৱশ্যে ক’ভিড 19(Covid 19) সৃষ্ট পৰিৱেশৰ বাবে বলি-বিধানৰে বাতৰিৰ শিৰোনামা দখল কৰা নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত এইবেলি নাই বিশেষ প্ৰস্তুতি ৷ দেৱালয়ৰ নতুন নীতি-নিৰ্দেশনা(SOP) অনুসৰি, এইবাৰ দুৰ্গা পূজাত ম’হ বলিৰ পৰম্পৰা ৰক্ষা কৰি মাত্ৰ এটাহে ম’হ বলি দিয়াৰ অনুমতি প্ৰদান কৰা হৈছে ৷ অইনবাৰৰ দৰেই দেৱালয়ত বৈদিক ৰীতি-নীতিৰে প্ৰতিপদৰ পৰা দশমীলৈ দহদিনীয়াকৈ পূজাৰ আয়োজন কৰা হৈছে ৷ এই সন্দৰ্ভত দেৱালয়ৰ পৰা নলবাৰীৰ সংবাদদাতা কৈলাশ ডেকাৰ এক বিশেষ প্ৰতিবেদন...