অসম

assam

ETV Bharat / videos

সমাজকৰ্মী মিনাক্ষী ৰহমানৰ সৈতে প্ৰাসংগিক প্ৰেক্ষাপট - PRASHANGIK PREKHAPAT

By

Published : Nov 4, 2020, 2:02 PM IST

অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ এগৰাকী নাৰীৰ ৷ চাকৰি এৰি কিয় এই যুঁজত নামিল মিনাক্ষী ৰহমান ? বৰপেটাৰ সৰুক্ষেত্ৰীৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা ৷ সবিশেষ জানিবলৈ চাওক প্ৰাসংগিক প্ৰেক্ষাপট...

For All Latest Updates

ABOUT THE AUTHOR

...view details