অসম

assam

By

Published : May 2, 2021, 9:09 AM IST

Updated : May 2, 2021, 10:22 AM IST

ETV Bharat / videos

ভোটগণনাক লৈ বহু আশাবাদী প্ৰাৰ্থী প্ৰশান্ত ফুকন

আৰম্ভ হ’ল অসম বিধান সভাৰ নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন সমষ্টিৰ ভোটকেন্দ্ৰ সমূহত প্ৰাৰ্থী সকলেও ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ডিব্ৰুগড়ৰ জিলাৰ সমষ্টি কেইটাতো আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰুমত উপস্থিত হৈছে বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকন ৷ ভোটগণনাক লৈ বহু আশাবাদী প্ৰাৰ্থী প্ৰশান্ত ফুকন ৷ ডিব্ৰুগড়ৰ ল'ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰুমৰ পৰা জেচিম আহমেদ এক প্ৰতিবেদন...
Last Updated : May 2, 2021, 10:22 AM IST

ABOUT THE AUTHOR

...view details